electronicelectronics

electronic ticket (English) [ IPA: ɪˌlekˈtrɑnɪk ˈtɪkət ASM: ইলেকট্ৰনিক টিকট]
Contributed by: Partha P Sarmah on 2011-02-26
1. (Material Noun-Neuter) a ticket that can be electronically purchased through website of airlines, railways etc. and the payment is made through bank credit or debit card. The buyer can print his/her own ticket. ৰেল, বিমান আদিৰ বাবে ৱেবচাইটৰ মাধ্যমেৰে ইলেকট্ৰনিক ভাবে কিনিব পৰা টিকট৷ বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগে আৰু কিনোতাই কম্পিউটাৰৰ সহায়ত নিজে টিকট ছপা কৰি লব পাৰে৷